নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰঃ শীতৰ প্ৰকোপে আৱৰিছে ৰাজধানী নতুন দিল্লীক ৷ ঘন কুঁৱলীৰ বাবে শুক্ৰবাৰে নিশা দিল্লী বিমান বন্দৰৰ পৰা উৰা মাৰিবলগা 46 খন বিমানৰ গতিপথ সলনি কৰা হয় ৷ এই সম্পৰ্কে বিমানবন্দৰ কৰ্তৃপক্ষই শনিবাৰে জানিবলৈ দিয়ে ৷
ঘন কুঁৱলীৰ বাবে ব্যাহত দিল্লী বিমান সেৱা - Flight Delay
ঘন কুঁৱলীৰ বাবে দিল্লী বিমান বন্দৰৰ বিমান সেৱা ব্যাঘাত ৷ 46 খন বিমানৰ গতিপথ সলনি ৷

ঘন কুঁৱলীৰ বাবে ব্যাহত দিল্লী বিমান সেৱা
ঘন কুঁৱলী তথা অৱনমিত বতৰৰ বাবে বিমানৰ উৰণ আৰু অৱতৰণ অব্যাহত আছে যদিও পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৷