অসম

assam

ETV Bharat / bharat

থাৰ্ড জেনেৰেচন এন্টি টেংক ক্ষেপণাস্ত্ৰ সফলতাৰে পৰীক্ষণ কৰিলে ডি আৰ ডি অ’য়ে - এন্টি টেংক গাইডেদ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষণ

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ ফায়াৰিং ৰেঞ্জৰ পৰা মেন পৰ্টেবল এন্টি টেংক গাইডেদ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষণ সম্পন্ন কৰে ভাৰতে

থাৰ্ড জেনেৰেচন এন্টি টেংক ক্ষেপণাস্ত্ৰ সফলতাৰে পৰীক্ষণ কৰিলে ডি আৰ ডি অ’ য়ে

By

Published : Sep 12, 2019, 3:10 PM IST

নেশ্যনেল ডেস্ক, 12 চেপ্তেম্বৰঃ ভাৰতে বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলৰ ফায়াৰিং ৰেঞ্জৰ পৰা মেন পৰ্টেবল এন্টি টেংক গাইডেদ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষণ সম্পন্ন কৰে ৷ এই ক্ষেপণাস্ত্ৰৰ ক্ষেপণাস্ত্ৰ প্ৰণালীৰ তৃতীয় সফল ফায়াৰিং ৷ ভাৰতীয় সেনাক প্ৰয়োজন আছিল এন্টি টেংক গাইডেদ ক্ষেপণাস্ত্ৰৰ আৰু এই পৰীক্ষণৰ সফলতাই এই আৱশ্যকতা পূৰ্ণ কৰিব ৷

থাৰ্ড জেনেৰেচন এন্টি টেংক ক্ষেপণাস্ত্ৰ সফলতাৰে পৰীক্ষণ কৰিলে ডি আৰ ডি অ’ য়ে

বৰ্তমান ভাৰতীয় সেনাই আমদানীকৃত মিলান 2T আৰু কংকোৰ্চ ৰাছিয়ান এন্টি টেংক ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি আছে যদিও এই সকলো ভিন্টেজ ক্ষেপণাস্ত্ৰ ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ক এই সফলতাৰ বাবে অভিনন্দন জনাই ৷

ABOUT THE AUTHOR

...view details