নিউজ ডেস্ক, 4 এপ্ৰিলঃ মহামাৰী COVID-19 ৰ বিৰুদ্ধে একেলগে যুঁজ দিব ভাৰত-আমেৰিকাই । শনিবাৰে টেলিফনিক বাৰ্তালাপৰে এই কথা স্পষ্ট কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড্ৰ'ণাল্ড ট্ৰাম্পে ।
উল্লেখ্য যে, শনিবাৰে মহামাৰী কৰ'ণা ভাইৰাছ সন্দৰ্ভত দেশৰ পৰিস্থিতিৰ বুজ লবলৈ টেলিফনিক বাৰ্তালাপ কৰে দুয়োখন দেশৰ মুখ্য ব্যক্তি দুগৰাকীয়ে।