অসম

assam

ETV Bharat / bharat

আমেৰিকা-ভাৰতৰ বৰ্তমান স্থিতিক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ - ৰাহুল গান্ধী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত আমেৰিকাৰ বৈদেশিক সম্পৰ্ক আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে প্ৰশ্ন কৰে শুকুৰবাৰে ।

আমেৰিকা- ভাৰতৰ বতমান স্থিতিক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ
আমেৰিকা- ভাৰতৰ বতমান স্থিতিক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ

By

Published : Jun 12, 2020, 9:39 PM IST

নিউজ ডেস্ক ,১২ জুনঃ কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে DNAৰ বিষয়ে মন্তব্য কৰে যে ভাৰত আৰু আমেৰিকাই ভাগ ভাগ কৰিব খুজিছে দেশখনক আৰু সংবাদ মাধ্যমৰ আগত সকলো একে লগে একগোট হৈ আছো বুলি দাবী কৰিব খোজে ।

আমেৰিকা- ভাৰতৰ বতমান স্থিতিক লৈ প্ৰশ্ন ৰাহুল গান্ধীৰ

গান্ধীয়ে লগতে কয় যে পৰিৱেশ পৰিস্থিতি চাই যি সময়ত বিশ্ব ভাৰতে অগ্ৰণী ভূমিকা ল'ব লাগিছিল সেইয়া লোৱাতো ব্যথিত হৈছে বুলি উল্লেখ কৰে । আনহাতে কোভিড-১৯ মহামাৰীত আক্ৰান্ত ক্ষেত্রত একো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাত সমালোচনা কৰে । দুয়োখন দেশৰ নিজৰ ভুলৰ বাবেই এনেবোৰ পৰিস্থিতি হৈছে বুলি কয় গান্ধীয়ে । ভাৰত আমেৰিকাৰ সম্বন্ধ সম্পকে উল্লেখ কৰি ৰাহুলে কয় যে যি দৰে দুয়োখন দেশে এই মহামাৰী ৰোধ কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কৰিব পৰা নাই ।

লগতে পঢকঃ সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত চি পি আই (এম)ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details