নিউজ ডেস্ক, 6 ডিচেম্বৰঃ হাইদৰাবাদ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক এনকাউন্টাৰ কৰা পাচতে প্ৰতিক্ৰিয়া চলিছে সৰ্বত্ৰে ৷
4 অভিযুক্তক এনকাউন্টাৰ কৰা ঠাই
তেলেংগানা আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ স্থানীয় ৰাইজৰ লগতে সমগ্ৰ ভাৰতবাসী ৷
মিঠাই খুৱাই আনন্দ প্ৰকাশ তেলেংগা মহিলা সমাজৰ