অসম

assam

ETV Bharat / bharat

দূৰ্ঘটনাত পতিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাহন - বাহন দূৰ্ঘটনা

সোমবাৰে দূৰ্ঘটনাত পতিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাহন ৷ বেতুলৰ এছ ডি এম আৰু অমলাৰ বিধায়কৰ বাহনৰ সৈতে হোৱা সংঘৰ্ষত অমলাৰ সহকাৰী বিষয়া এগৰাকী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় ৷

দূৰ্ঘটনাত পতিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাহন
দূৰ্ঘটনাত পতিত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাহন

By

Published : Jan 19, 2021, 1:48 PM IST

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী :সোমবাৰে ঘোৰাডংৰি তহচিলৰ বাচা গাঁৱৰ পৰা ঘূৰি অহাৰ সময়ত দূৰ্ঘটনাত পতিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাহন ৷ বেতুলৰ এছ ডি এম আৰু অমলাৰ বিধায়কৰ বাহনৰ সৈতে হোৱা সংঘৰ্ষত অমলাৰ সহকাৰী বিষয়া গৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি,কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী গৰাকী বাচা ভিলেজৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাতে দূৰ্ঘটনাত পতিত হয় ৷

লগতে পঢ়ক :শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নষ্ট হ’ল ১০০০ কোভিড প্ৰতিষেধক

ABOUT THE AUTHOR

...view details