নিউজ ডেস্ক, ৫ মাৰ্চ: হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে মহাদেৱৰ পূণ্যধাম নেপালৰ পশুপতিনাথ মন্দিৰত । পশুপতিনাথ মন্দিৰত পূজা অৰ্চণা আগবঢ়াই ভাৰতৰ ৰাষ্ট্ৰদূতে ।
শিৱৰাত্ৰি উপলক্ষে নেপালৰ পশুপতিনাথ মন্দিৰত ভক্তৰ সমাগম - শিৱৰাত্ৰী
পশুপতিনাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়াই ভাৰতৰ ৰাষ্ট্ৰদূতে

শিৱৰাত্ৰী উপলক্ষে নেপালৰ পশুপতিনাথ মন্দিৰত ভক্তৰ সমাগম
মন্দিৰ কৰ্তিপক্ষৰ অনুসৰি এইবাৰ মন্দিৰত প্ৰায় ১ নিযোত লোকৰ সমাগম ঘটিব । ভক্তৰ সমাগমৰ প্ৰতি লক্ষ ৰাখি কোনো অপ্ৰিতিকৰ পৰিস্থিৰ সৈতে মুকাবিলা কৰিবলৈ প্ৰায় এহেজাৰৰো আধিক সুৰক্ষা কৰ্মি আৰু চি চি টি ভি কেমেৰা বহুৱা হৈছে ।
Last Updated : Mar 5, 2019, 4:37 PM IST