শ্ৰীনগৰ, 14 মে': জনতা সুৰক্ষা আইন (PSA)ৰ অধীনত গ্ৰেপ্তাৰৰ হোৱা প্ৰাক্তন আই এ এচ বিষয়া-ডাক্তৰ-ৰাজনৈতিক নেতা শ্বাহ ফেছলৰ গেপ্তাৰৰ ম্যাদ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে । জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনে অৱগত কৰিছে এই কথা ।
শ্বাহ ফেছলৰ পত্নীক এই সম্পৰ্কে কোনো লিখিত পত্ৰ প্ৰেৰণ কৰা নাই যদিও ফন যোগে তেওঁক প্ৰশাসনে অৱগত কৰা বুলি জানিবলৈ দিছে ।