
বাজেট নহয় ‘দেশৰ বহী খাতা’
নিউজ ডেস্ক,5 জুলাইঃ মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়নে কয় যে, নিৰ্মলা সীতাৰমনে বাজেট ব্ৰিফকেচৰ পৰিৱৰ্তে ৰঙা কাপোৰত বান্ধি থোৱাতো এক ভাৰতীয় প্ৰথা ৷ ই পশ্চিমীয়া সংস্কৃতিৰ দাসত্বৰ পৰা অৱসান ঘটাইছে ৷ ই বাজেট নহয় ভাৰতীয় ‘বহী খাতা’ ৷