অসম

assam

By

Published : Oct 21, 2020, 2:15 PM IST

ETV Bharat / bharat

11 বছৰৰ পাচত ৰাজধানী দিল্লীত আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ

সময়তকৈ আগতীয়াকৈ ঠাণ্ডা পৰিছে ৰাজধানী দিল্লীত ৷ 20 অক্টোবৰত ন্যূনতম উঞ্চতা 13.7 ডিগ্ৰী ছেলছিয়াছ হয়,যিটো সামান্য ৰূপতকৈ 4 ডিগ্ৰী ছেলছিয়াছ কম ৷

Delhis winter breaks record of the last 11 years
ৰাজধানী দিল্লীত আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ

নিউজ ডেস্ক,21 অক্টোবৰ : ৰাজধানী দিল্লীত বিগত 11 বছৰৰ আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ ৷ 20 অক্টোবৰত ন্যূনতম উঞ্চতা 13.7 ডিগ্ৰী ছেলছিয়াছ হয়,যিটো সামান্য ৰূপতকৈ 4 ডিগ্ৰী ছেলছিয়াছ কম ৷

বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা মতে,সাধাৰণতে অক্টোবৰ মাহত উঞ্চতাৰ পৰিমাণ ইমান কম নহয় ৷ ইয়াৰ লগে লগে দিল্লীত নিৰ্ধাৰিত সময়তকৈ আগতেই ঠাণ্ডা পৰা পৰিসক্ষিত হৈছে ৷

ৰাজধানী দিল্লীত আটাইতকৈ ঠাণ্ডা দিনৰ ৰেকৰ্ড ভংগ

উল্লেখ্য যে,2009 বৰ্ষত ৰাজধানীত নূন্যতম উঞ্চতা আছিল 13.4 ডিগ্ৰী ছেলছিয়াছ ৷ চলিত বৰ্ষতো সামান্য ৰূপত 15-16 ডিগ্ৰী ছেলছিয়াছ থকাৰ সম্ভাৱনা কৰা হৈছিল ৷

আনহাতে ৰাজধানী দিল্লীত প্ৰদূষণৰ মাত্ৰা অধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে ৷ বতাহৰ গতি কম হোৱা হেতুকে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে ৷

লগতে পঢ়ক :ভাৰতত ৭৬ লাখ স্পৰ্শ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

ABOUT THE AUTHOR

...view details