অসম

assam

ETV Bharat / bharat

দিল্লীৰ হিংসাত্মক ঘটনাত আহত সকলৰ চিকিৎসা সুনিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - দিল্লীৰ হিংসাত্মক ঘটনা

দিল্লী উচ্চ ন্যায়ালয়ে মাজনিশাই প্ৰদান কৰে এক বিশেষ শুনানি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদত লিপ্ত হোৱা আহত প্ৰতিবাদকাৰীসকলৰ জৰুৰীকালিন চিকিৎসাৰ লগতে সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ৷

Delhi violence: HC tells police to ensure safe passage, treatment of injured
দিল্লীৰ হিংসাত্মক ঘটনাত আহত সকলৰ চিকিৎসা সুনিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

By

Published : Feb 26, 2020, 9:07 AM IST

নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীঃদিল্লী উচ্চ ন্যায়ালয়ে মাজনিশা প্ৰদান কৰে এক বিশেষ শুনানি ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদত লিপ্ত হোৱা আহত প্ৰতিবাদকাৰীসকলৰ জৰুৰীকালিন চিকিৎসাৰ লগতে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ মঙলবাৰে মাজনিশা দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ হিংসাত্মক ঘটনাৰ শুনানি গ্ৰহণ কৰি প্ৰদান কৰিলে এই নিৰ্দেশ ৷ যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু আঘাতপ্ৰাপ্ত সকলো লোকক জৰুৰীকালীন সেৱা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ ন্যায়ালয়ৰ ৷ ইফালে বুধবাৰে বিয়লি 2 বাজি 15 মিনিটত দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত আৰোপ কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব

ABOUT THE AUTHOR

...view details