নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীঃ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে বাতিল কৰা হৈছে CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৷ CBSE কৰ্তৃপক্ষই শেহতীয়াকৈ ঘোষণা কৰিছে এই কথা ৷ মুঠ 86টা পৰীক্ষাকেন্দ্ৰত বুধবাৰে বাতিল কৰা হৈছে CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৷ অৱশ্যে অতি শীঘ্ৰে ঘোষণা কৰা হ'ব পৰীক্ষাৰ নতুন তাৰিখ ৷ বুধবাৰে দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা থকাৰ সমান্তৰালভাৱে দ্বাদশ শ্ৰেণীৰ বাবে ৱেব এপলিকেচন আৰু মিডিয়া বিষয়ৰ পৰীক্ষা আছিল ৷
দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত বাতিল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা - CBSE কৰ্তৃপক্ষ
দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত শেহতীয়াকৈ CBSE কৰ্তৃপক্ষই কৰে এক বিশেষ ঘোষণা ৷ মুঠ 86টা পৰীক্ষাকেন্দ্ৰত বুধবাৰে বাতিল কৰা হৈছে CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৷
দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত বাতিল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা