নতুন দিল্লী,23 আগষ্ট:শনিবাৰে ৰাজধানী চহৰ নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাৱাসৰ সমীপত এখন ড্ৰোণ জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনা প্ৰসংগত আৰক্ষীয়ে ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ এগৰাকী নাবালকে ড্ৰোণখন পৰিচালনা কৰাৰ কথা আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যদিও বিষয় প্ৰসংগত তদন্ত অব্যাহত আছে ৷
নতুন দিল্লীৰ ইজৰাইলৰ দূতাৱাসৰ সমীপত জব্দ ড্ৰোণ - নতুন দিল্লী
নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাৱাসৰ সমীপত এখন ড্ৰোণ জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনা প্ৰসংগত আৰক্ষীয়ে ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷

ড্ৰোণ জব্দ