অসম

assam

ETV Bharat / bharat

দিল্লীৰ স্বাস্থ্য মন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি - দিল্লীৰ স্বাস্থ্য মন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি

জ্বৰ আৰু স্বাস্থ্যৰ অন্যায় সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় দিল্লীৰ স্বাস্থ্য মন্ত্ৰীক মঙলবাৰে ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি
দিল্লীৰ স্বাস্থ্য মন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি

By

Published : Jun 16, 2020, 3:28 PM IST

নিউজ ডেস্ক,১৬ জুনঃ হঠাত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লী চৰকাৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰে জৈনক মঙলবাৰে ৰাজীব গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে মন্ত্ৰী গৰাকীৰ সোমবাৰে নিশা হঠাৎ জ্বৰৰ লগতে শাৰীৰিক অসুস্থতা অনুভব কৰাৰ কাৰণে চিকিৎসালয়লৈ লৈ যোৱা হয় । ইতিমধ্যে তেওঁৰ ক'ৰণাৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে ফলাফল অহাৰ পিছতহে স্পষ্টহৈ পৰিব তেওঁৰ দেহত কোভিড ১৯ আছে নে নাই ।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰীক চিকিৎসালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details