নিউজ ডেস্ক, ১৯ জুন :কোভিড-১৯ৰ সন্ত্ৰাসৰ মাজতে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বাৰ কাউন্সিলৰ অধীনৰ ২৯০৯৮ জন অধিবক্তাৰ জীৱন বীমা কৰিবলৈ তৎকালীনভাবে কৰিবলৈ দিল্লী চৰকাৰক নিৰ্দেশ প্ৰদান কৰে ।
ন্যায়মূৰ্তি প্ৰতিভা এম সিংয়ে দিল্লী চৰকাৰৰ বীমা কোম্পানীসমূহৰ পৰা জাননী বিচাৰি নিৰ্দেশ প্ৰদান কৰিছে । ২৯০৯৮ জন অধিবক্তাৰ স্বাস্থ্য বীমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । বাৰ কাউন্সিল অফ দিল্লীৰ অধ্যক্ষ কে সি মিত্তলে আদালতত কৰা আবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰী Advocate Welfare Schemeৰ ভিত্তিত বীমা পলিচি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।