অসম

assam

ETV Bharat / bharat

ক'ভিড-19 পৰীক্ষণ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়লয়ত দাখিল আৱেদন

ঔষধ নিৰ্মাতা কোম্পানীয়ে আৰম্ভ কৰা ফেলুডা পৰীক্ষণৰ এক তথ্য দিল্লী উচ্চ ন্যালয়লক প্ৰদান কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ন্যায়লয়ে ৷ ৰাকেশ মলহোত্ৰা নামৰ এজন লোকে এই পৰীক্ষণ সন্দৰ্ভত উচ্চ ন্যায়লয়ত দাখিল কৰিছিল আৱেদন ৷ আৱেদন দাখিল কৰাৰ পাচতেই 11 নৱেম্বৰৰ ভিতৰত এক তথ্য প্ৰেৰণৰ বাবে ঔষধ নিৰ্মাতা কোম্পানীটোলৈ প্ৰদান কৰা হয় এই নিৰ্দেশ ৷

Delhi HC asks ICMR, CSIR to reply on pendency of approval to FELUDA test for COVID-19
ক'ভিড-19 পৰীক্ষণ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়লয়ত দাখিল আৱেদন

By

Published : Oct 21, 2020, 10:31 AM IST

নিউজ ডেস্ক,21 অক্টোবৰ: দিল্লীৰ উচ্চ ন্যায়লয়ে ইণ্ডিয়ান কাউনঞ্চিল অফ মেডিকেল ৰিচাৰ্জ আৰু কাউনঞ্চিল অফ চাইন্টিফিক আৰু ইণ্ডাষ্টিয়েল ৰিচাৰ্জে ক'ভিড-19 সক্ৰমণ সন্দৰ্ভত কৰা ফেলুডা পৰীক্ষণৰ এক তথ্য উচ্চ ন্যায়লয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়৷

উল্লেখ্য যে, 20চেপ্টেম্বৰত 'Drug Control Authority'য়ে ফেলুডা নামেৰে এক পৰীক্ষণ আৰম্ভ কৰিছিল ৷ এই পৰীক্ষণৰ পাচতে বিচাৰপতি হিমা কোহলি আৰু বিচাৰপতি সুব্ৰোনিয়াম প্ৰসাদৰ বিভাগে এই সন্দৰ্ভত তথ্য প্ৰেৰণৰ বাবে প্ৰদান কৰে নিৰ্দেশ ৷ ক'ভিড-19ৰ ফেলুডা পৰীক্ষণ সন্দৰ্ভত ৰাকেশ মলহোত্ৰা নামৰ এজন লোকে উচ্চ ন্যায়লয়ত এখন আৱেদন দাখিল কৰাৰ পাচতেই এই কথা পোহৰলৈ আহে ৷ ঔষধ নিৰ্মাতা কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই সন্দৰ্ভত বিচাৰে এসপ্তাহ ৷

ইফালে,দিল্লী আদালতে এই পৰীক্ষণ সন্দৰ্ভত 11 নৱেম্বৰৰ পূৰ্বে ঔষধ নিৰ্মাতা কোম্পানীটোক এক তথ্য প্ৰেৰণ কৰিবলৈ প্ৰকাশ কৰে ৷ দিল্লী চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তা সত্যকামে আদালতত উত্থাপন কৰে যে,দিল্লীত কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ফেলুডা নামেৰে কৰা পৰীক্ষণৰ তথ্য বৰ্তমানলৈকে লাভ কৰা হোৱা নাই ৷ কিন্তু অতি শীঘ্ৰে এই পৰীক্ষণ সন্দৰ্ভত এক তথ্য ফাদিল কৰা হ'ব ৷ দিল্লীত এই পৰীক্ষণ সমাপ্ত হ'বলৈ লাগিব 4টা দিন ৷ এই চাৰি দিনৰ অন্তত পৰীক্ষণ কৰা নমুনাসমূহ সংগ্ৰহ কৰি তথ্য ফাদিল কৰা হ'ব ৷ যাৰ বাবে লাগিব প্ৰায় তিনি সপ্তাহ ৷

ইয়াৰোপৰি,দিল্লী আদালতে পৰীক্ষণ সন্দৰ্ভত এক তথ্য দাখিল কৰাৰ লগতে পৰীক্ষণৰ বাবে দিল্লী আদালতে কোনো ৰায় প্ৰদান নকৰা পৰ্যন্ত পৰীক্ষণ বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

অন্য এক খবৰৰ বাবে: ক’ভিড-19 পৰীক্ষাৰ তথ্য সন্দৰ্ভত CuRED ৱেবচাইট মুকলি কেন্দ্ৰৰ

ABOUT THE AUTHOR

...view details