- মহিলাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিশেষ আঁচনি
- শীঘ্ৰেই মহিলাসকলে দিল্লীত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত বিনামূলীয়াকৈ ভ্ৰমন কৰাৰ সুযোগ লাভ কৰিব ৷ দিল্লীৰ মেট্ৰ' ৰেল আৰু ডিটিচি বাছত মহিলাসকলে দিব নালাগিব ভাড়া
- সোমবাৰে এক সংবাদমেলত এই ঘোষণা অৰবিন্দ কেজৰিৱালৰ
- মহিলাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ব্যৱস্থা লোৱা হৈছে
- দিল্লীৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাক সৰ্বাধিক সুৰক্ষিত বুলি দাবী কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে
- দুই-তিনি মাহৰ ভিতৰত দিল্লী চৰকাৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিব
- ইয়াৰ বাবে প্ৰয়োজনীয় ধন ৰাজ সাহাৰ্য হিচাপে আদায় দিব দিল্লী চৰকাৰে
- চৰকাৰে ব্যয় কৰিব লাগিব প্ৰায় 700 কোটি টকা
- এই সংক্ৰান্তত দিল্লী চৰকাৰে কেবিনেটৰ অনুমোদন মৰ্মে বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰিব দিল্লী চৰকাৰৰ অভিলাষী আঁচনি ঘোষণা
এতিয়াৰে পৰা মহিলাসকলে বিনামূলীয়াকৈ ভ্ৰমণ কৰিব পাৰিব দিল্লী - বিনামূলীয়াকৈ ভ্ৰমন
শীঘ্ৰেই মহিলা সকলে দিল্লীত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত বিনামূলীয়াকৈ ভ্ৰমন কৰাৰ সুযোগ লাভ কৰিব ৷ দিল্লীৰ মেট্ৰ' ৰেল আৰু ডিটিচি বাছত মহিলাসকলে দিব নালাগিব ভাড়া ৷

দিল্লী চৰকাৰৰ অভিলাষী আঁচনি ঘোষণা