অসম

assam

ETV Bharat / bharat

নতুন দিল্লীত জুই - অগ্নিকাণ্ড

ঝিলমিল ঔদ্যোগিক ক্ষেত্ৰত সংঘটিত হয় এই ঘটনা । ঘটনাত হতাহত হোৱা নাই কোনো লোক । ২৬ খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুইৰ নিৰ্বাপনৰ চেষ্টা ।

etv bharat

By

Published : Apr 26, 2019, 1:59 AM IST

নতুন দিল্লী, ২৫ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা নতুন দিল্লীৰ ঝিলমিল ঔদ্যোগিক ক্ষেত্ৰত অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এটা ৰাসায়নিক উদ্যোগত সংঘটিত হয় এই অগ্নিকাণ্ড । ২৬খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুইৰ নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে । এই পৰ্যন্ত দুৰ্ঘটনাটোত হতাহত হোৱা নাই কোনো লোক ।

ABOUT THE AUTHOR

...view details