নতুন দিল্লী, ৩ জুনঃ ৰাজধানী চহৰ দিল্লীত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও আৰোগ্য লাভ কৰিছে বহুসংখ্যক লোকে। সমান্তৰালভাৱে কণ্টেইনমেণ্ট জ'নৰ সংখ্যাও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। দিল্লীত প্ৰশাসনে ছীল কৰি দিয়া মুঠ ২১৬ টা কণ্টেইমেণ্ট জ'নৰ ভিতৰত ৫৮ টা জ'ন ডি-কণ্টেইন কৰা হৈছে। বৰ্তমান চহৰখনত কণ্টেইনমেণ্ট জ'নৰ সংখ্যা হ্ৰাস পাই ১৫৮ হৈছে।
দিল্লীত ১৫৮ লৈ হ্ৰাস কণ্টেইনমেণ্ট জ'নৰ সংখ্যা - কণ্টেইমেণ্ট জ'ন
ৰাজধানী দিল্লীত কোভিড-১৯ৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি হ্ৰাস কৰা হৈছে কণ্টেইনমেণ্ট জ'নৰ সংখ্যা। মুঠ ২১৬ টা কণ্টেইনমেণ্ট জ'নৰ ভিতৰত ৫৮ টা জ'ন ডি-কণ্টেইন জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে।
![দিল্লীত ১৫৮ লৈ হ্ৰাস কণ্টেইনমেণ্ট জ'নৰ সংখ্যা corona pandemic](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-03:29-delhi1591178249432-79-0306email-1591178260-906.jpg)
দিল্লীত ১৫৮ লৈ হ্ৰাস কণ্টেইনমেণ্ট জ'নৰ সংখ্যা