অসম

assam

ETV Bharat / bharat

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেহত কোভিড-১৯ নিগেটিভ

কেজৰিৱালৰ দেহত কোভিড-১৯ নিগেটিভ ধৰা পৰাৰ পিছতে আনন্দিত হৈ পৰিছে দিল্লী চৰকাৰ,আম আদমি দল আৰু পৰিয়াল ।

Delhi Chief Minister Arvind Kejriwal corona test report is negative.
কেজৰিৱালৰ দেহত কোভিড ১৯ নিগেটিভ

By

Published : Jun 9, 2020, 8:33 PM IST

নিউজ ডেস্ক,৯ জুনঃ দিল্লীৰ মুখ্যমন্ত্ৰীৰ কোভিড-১৯ ফলাফল অৱশেষত নিগেটিভ আহিল মঙলবাৰে । অৰবিন্দ কেজৰিৱালে আজি নিজৰ কোভিড পৰীক্ষা কৰাইছিল আৰু বিয়লি ভাগলৈ ইয়াৰ ফলাফল নিগেটিভ আহে কেইদিন মানৰ আগলৈকে কেজৰিৱালৰ দেহত জ্বৰ আৰু কাহে দেখা দিছিল যি ক'ৰণা লক্ষণৰ লগত মিল থকা দেখি মুখ্য মন্ত্ৰীজনে কোভিড পৰীক্ষা কৰাই নিজৰ । আনহাতে কেজৰিৱালে নিজৰ দেহত কোভিডৰ লক্ষণ দেখি নিজকে সোমবাৰে আইছলেছন কৰি ৰাখিছিল নিজ গৃহতে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দেহত কোভিড-১৯ নিগেটিভ

ইপিনে কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত দিল্লী চৰকাৰ,আম আদমি দল আৰু পৰিয়ালৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে ।
লগতে চাওকঃ বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details