অসম

assam

ETV Bharat / bharat

উপ বন সংৰক্ষকৰ গোচৰে ন্যায়ালয়ৰ সময় অপব্যৱহাৰ কৰিছেঃ ন্যায়ালয়

ফ্ৰেব্ৰুৱাৰী মাহত মুম্বাই উচ্চ ন্যায়ালয়ত উপ বন সংৰক্ষকৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰৰ আবেদন নাকচ কৰি কয় যে, এই গোচৰে কেৱল ন্যায়ালয়ৰ সময়ৰ অপব্যৱহাৰ কৰিছে ৷ শীৰ্ষ আদালতে আবেদন নাকচ কৰি অভিযোগকাৰীৰ পৰা 15,000 টকাৰ জৰিমনাও বিহিছে ৷

Delay in filing plea: SC says irony that no action ever taken against officers who sit on file
বিগত বৰ্ষত পঞ্জীয়ন হোৱা উপ বন সংৰক্ষকৰ গোচৰে ন্যায়ালয়ৰ সময় অপব্যৱহাৰ কৰিছে

By

Published : Dec 22, 2020, 5:06 PM IST

নিউজ ডেস্ক, 22 ডিচেচম্বৰ :উচ্চতম ন্যায়ালয়ে মঙলবাৰে জনাই যে, কেৱল আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ চৰকাৰী পক্ষই গোচৰ প্ৰত্যাখ্যান কৰাৰ পিচতো গোচৰ আৰু নথিপত্ৰ পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই ৷ যাৰ বাবে শীৰ্ষ আদালতে ফ্ৰেব্ৰুৱাৰী মাহত মুম্বাই উচ্চ ন্যায়ালয়ত উপ বন সংৰক্ষকৰ দ্বাৰা পঞ্জীয়ন হোৱা গোচৰৰ আবেদন নাকচ কৰি কয় যে, এই গোচৰে কেৱল ন্যায়ালয়ৰ সময়ৰ অপব্যৱহাৰ কৰিছে ৷

ন্যায়ধীশ সঞ্জয় কিষান কোলৰ অধ্যক্ষতাৰ বিচাৰপীঠত কোৱা হৈছিল যে, গোচৰৰ নথি পত্ৰ তথা গোচৰ সমূহৰ লগতে যিসমূহ বিষয়াই জড়িত হোৱা নাই তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত হ'ব নালাগে ৷ যাৰ বাবে আদালতে ন্যায়ালয়ৰ সময় অপব্যৱহাৰ কৰাৰ বাবে 15,000 টকা জৰিমনা বিহিছে অভিযোগকাৰীৰ পৰা ৷

ন্যায়ালয়ৰ ফালৰ পৰা আকৌ জনাই যে, গোচৰ কৰা আবেদনখনে 462 দিনতকৈ বেছি সময় অপব্যৱহাৰ কৰিছে ৷

লগতে পঢ়ক :নীতিশ কুমাৰক চাবলৈ গৈ জনতাই ক্ষতি কৰিলে 5 একৰ পথাৰৰ শস্য

ABOUT THE AUTHOR

...view details