অসম

assam

ETV Bharat / bharat

মস্কো বিজয়ী দিৱসৰ পেৰেডত ভাগ ল'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং - দ্বিতীয় বিশ্বযুদ্ধৰ সেনা পেৰেডৰ ৭৫ সংখ্যক জয়ৰ বৰ্ষপূৰ্তি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আগন্তুক ২৪ জুনত ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্বযুদ্ধৰ সেনা পেৰেডৰ ৭৫ সংখ্যক জয়ৰ বৰ্ষপূৰ্তিত ভাগ ল'বলৈ সোমবাৰে ৰাওনা হ'ব ৰাছিয়ালৈ ।

মস্কো বিজয়ী দিৱসৰ পেৰেডত ভাগ ল'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
মস্কো বিজয়ী দিৱসৰ পেৰেডত ভাগ ল'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

By

Published : Jun 20, 2020, 8:15 PM IST

নেশ্যনেল ডেস্ক, ২০ জুন : আগন্তুক ২৪ জুনত ৰাছিয়াত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বিশ্বযুদ্ধৰ সেনা পেৰেডৰ ৭৫ সংখ্যক জয়ৰ বৰ্ষপূৰ্তিত ভাগ ল'বলৈ সোমবাৰে ৰাছিয়ালৈ ৰাওনা হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।

মস্কো বিজয়ী দিৱসৰ পেৰেডত ভাগ ল'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

আনহাতে,শুকুৰবাৰে ভাৰতীয় সুৰক্ষা বলৰ ত্ৰি-সেৱাৰ দল এটি ২৮ জুনৰ পেৰেডৰ বাবে মস্কোলৈ ৰাওনা হয় । ৰাছিয়াৰ TASS বাতৰি সংস্থাই জনোৱা মতে, শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে ৯ মে হ'বলগীয়া এই সেনা পেৰেড ২৪ জুনলৈ স্থগিত ৰখা হয় ।

লগতে পঢ়ক : গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস

ABOUT THE AUTHOR

...view details