অসম

assam

ETV Bharat / bharat

ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ এইচ ডি দি দেৱগৌড়াৰ - প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ

JD(S) দলৰ নেতা তথা 1996-97ৰ প্ৰধানমন্ত্ৰী এইচ ডি দি দেৱগৌড়াই এক টুইট প্ৰকাশ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং অসুস্থ হৈ পৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ দেৱ গৌড়াৰ
ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ দেৱ গৌড়াৰ

By

Published : May 11, 2020, 7:20 PM IST

Updated : May 11, 2020, 8:26 PM IST

নিউজ ডেস্ক, 11 মে': সোমবাৰে JD(S) দলৰ এইচ ডি দি দেৱগৌড়াই এক টুইটৰ জৰিয়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁ লগতে কয় যে, দেশৰ সংকটৰ সময়ত তেওঁৰ দিহা পৰামৰ্শ অত্যন্ত প্ৰয়োজনীয় হৈ আছে ।

ডঃ সিং বৰ্তমান নতুন দিল্লীৰ এইমছত ভৰ্তি হৈ আছে । 87 বৰ্ষীয় কংগ্ৰেছৰ নেতা তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক দেওবাৰে সন্ধিয়াৰ ভাগত উশাহলোৱাত কষ্ট পোৱা বাবে ভৰ্তি কৰোৱা হৈছে ।

আনহাতে কৰ্ণাটকৰ কংগ্ৰেছ দলে ডঃ সিঙৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি কামনা কৰিছে ।

লগতে পঢ়ক :মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 500 টকা জৰিমাণা !

Last Updated : May 11, 2020, 8:26 PM IST

ABOUT THE AUTHOR

...view details