অসম

assam

ETV Bharat / bharat

টিউনিছিয়াত জাহাজ দুৰ্ঘটনাঃ ৫৪ জন লোকৰ মৃত্যু

লক ডাউনৰ মাজতে টিউনিছিয়াৰ উপকূল অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হয় । এখন জাহাজ দুৰ্ঘটনাত ৫৪ জন লোকৰ মৃত্যু হয় । বৰ্তমানেও অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

By

Published : Jun 12, 2020, 5:37 PM IST

death-toll-of-tunisian-migrant-shipwreck-mounts-to-54
টিউনিছিয়াত জাহাজ দুৰ্ঘটনাঃ ৫৪ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১২ জুন :লকৃ ডাউনৰ মাজতে টিউনিছিয়াৰ উপকূল অঞ্চলত ভয়ংকৰ ঘটনা সংঘটিত হয় । এখন জাহাজ দুৰ্ঘটনাত ৫৪ জন লোকৰ মৃত্যু হয় । বৰ্তমানেও অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । তদন্ত অব্যাহত আছে ।

টিউনিছিয়াত জাহাজ দুৰ্ঘটনাঃ ৫৪ জন লোকৰ মৃত্যু

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা জনোৱা অনুসৰি, বৃহস্পতিবাৰে উক্ত দুৰ্ঘটনাত ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তাৰ পৰৱৰ্তী সময়ত ২০ জন প্ৰাপ্ত বয়স্ক আৰু ২ জন শিশু আৰু ১৯ অন্যান্য লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমানেও অঞ্চলটিত নৌ-সেনাৰ জৰিয়তে অনুসন্ধান অব্যাহত আছে । নিহত আটাই আফ্ৰিকাৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৯৯৯ টকাত জিঅ'ই ঘোষণা কৰিছে বছৰৰ বাবে আমাজন প্ৰাইমৰ সদস্যপদ

ABOUT THE AUTHOR

...view details