অসম

assam

ETV Bharat / bharat

বিহাৰত বানপানীত মৃত্যুৰ সংখ্যা 123 জনলৈ বৃদ্ধি - বৰষুণ

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৷ দূৰ্যোগ প্ৰশমন বিভাগৰ তথ্য মতে ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা সীতামৰ্হী জিলাত 37 জন লোকৰ মৃত্যু হৈছে আৰু মধুবানী জিলাত 30 জন লোকৰ মৃত্যু হৈছে ৷

বিহাৰত বানপানীত মৃত্যু সংখ্যা 123 জনলৈ বৃদ্ধি

By

Published : Jul 25, 2019, 4:45 PM IST

Updated : Jul 25, 2019, 7:04 PM IST

নিউজ ডেস্ক, 25 জুলাই: বিহাৰত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 123 জনলৈ বৃদ্ধি ৷ বুধবাৰে 17 জন লোকৰ মৃত্যু হোৱাৰ লগতে এই সংখ্যা বৃদ্ধি পায় ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৷ দূৰ্যোগ প্ৰশমন বিভাগৰ তথ্য মতে ৰাজ্যখনৰ আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা সীতামৰ্হী জিলাত 37 জন লোকৰ মৃত্যু হৈছে আৰু মধুবানী জিলাত 30 জন লোকৰ মৃত্যু হৈছে ৷ অতিমাত্ৰা বৰষুণৰ ফলতেই সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰিছে ৷
উল্লেখ্য যে, বিগত বছৰত চুবুৰীয়া দেশ নেপালত হোৱা বৰষুণৰ বাবে বিহাৰত বানপানীৰ সৃষ্টি হৈছিল ৷

Last Updated : Jul 25, 2019, 7:04 PM IST

ABOUT THE AUTHOR

...view details