- গুজৰাট আহিব পাৰে ভয়ংকৰ ঘূৰ্ণী বতাহ ‘বায়ু’
- আৰৱ সাগৰৰ পৰা উৎপন্ন এই ঘূৰ্ণী বতাহ ‘বায়ু’
- বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি 24 ঘন্টাৰ ভিতৰত ধুমুহা অধিক তীব্ৰতৰ হৈ উঠিব পাৰে
- ঘন্টাত 115 ৰ পৰা 130 কিলোমিটাৰ বেগেৰে বলাৰ সম্ভাৱনা এই ঘূৰ্ণী বতাহ
- ৰাজ্যখনত হাই এলাৰ্ট জাৰী গুজৰাট চৰকাৰৰ
- ধুমুহাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক
- সষ্টম হৈ উঠিছে ভাৰতীয় বায়ু সেনা বাহিনীও
- প্ৰায় 10 খন জিলাত দুদিনলৈ বন্ধ ৰাখিছে স্কুল কলেজ ৰাজ্য় চৰকাৰে
- পৰ্যটক সকলক ওভতি যাবলৈ অনুৰোধ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ
- বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ সাজু এন ডি আৰ এফ বাহিনী
ঘূৰ্ণী বতাহ ‘বায়ু’ৰ বাবে গুজৰাটত হাই এলাৰ্ট
13 জুনত দেশৰ গুজৰাটতো বলিব পাৰে ভয়ংকৰ ঘূৰ্ণী বতাহ ‘বায়ু’ ৷ ইতিমধ্যে ৰাজ্যখনত জাৰী কৰা হৈছে হাই এলাৰ্ট ৷
etv bharat
Last Updated : Jun 12, 2019, 4:15 AM IST