অসম

assam

ETV Bharat / bharat

ওড়িশালৈ 1000 কোটি টকাৰ সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ - ওড়িশালৈ 1000 কোটি টকাৰ সাহাৰ্য্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

হেলিকপ্টাৰ যোগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,ৰাজ্যপাল গণেশ লাল, আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

ওড়িশালৈ 1000 কোটি টকাৰ সাহাৰ্য্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

By

Published : May 6, 2019, 1:32 PM IST

নিউজ ডেস্ক, 6 মে': ফেণীৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শনৰ উদ্দেশ্যে সোমবাৰে ভুৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ওড়িশা চৰকাৰৰ মতে বিগত 43 বছৰত ৰাজ্যখনত সংঘটিত হোৱা ইয়েই আটাইতকৈ বৃহৎ ক্ষতি ৷ ফেণীৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি ওড়িশালৈ 1000 কোটি টকাৰ সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

হেলিকপ্টাৰ যোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ৷ পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীক সংগ দিয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,ৰাজ্যপাল গণেশ লাল, আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷

ABOUT THE AUTHOR

...view details