অসম

assam

ETV Bharat / bharat

ওড়িশালৈ এয়াৰ ইণ্ডিয়াই বিনামূল্যে পৰিবহণ কৰিব সাহাৰ্য সামগ্ৰী - ODISHA

শুকুৰবাৰে ওড়িশাত উপকূলীয় অঞ্চলত ফেনীয়ে খুন্দা মৰাৰ পাচতে ৰাজ্যখনত প্ৰচণ্ড ধুমুহা-বৰষুণ আহিছিল ৷শুকুৰবাৰেই মাজনিশা পশ্চিম বংগত প্ৰৱেশ কৰিছিল ঘূৰ্ণিবতাহ ফেনীয়ে ৷ ফেনীৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভূৱনেশ্বৰ আৰু কলকাতাৰ পৰা বাতিল কৰা হৈছিল বিমানৰ পৰিবহন ৷

ওড়িশালৈ এয়াৰ ইণ্ডিয়াই বিনামূল্যে পৰিবহণ কৰিব সাহাৰ্য্য সামগ্ৰী

By

Published : May 4, 2019, 2:37 PM IST

নতুন দিল্লী,4মে' : বিভিন্ন ঠাইৰ পৰা স্বেচ্ছাসেৱী অনুষ্ঠান তথা অন্য দল সংগঠনে ওড়িশালৈ প্ৰেৰণ কৰা সামগ্ৰীসমূহ বিনামূল্যে প্ৰেৰণ কৰা সিদ্ধান্ত কৰিছে এয়াৰ ইণ্ডিয়াই ৷শুকুৰবাৰে ওড়িশাত উপকূলীয় অঞ্চলত ঘূৰ্ণিবতাহ ফেনীয়ে চলাইছিল ধ্বংসলীলা ৷


আনহাতে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পুনৰ আৰম্ভ হৈছে বিমানৰ পৰিবহন ৷ভাৰতীয় বিমান প্ৰাধিকৰণৰ তৰফৰ পৰা ফেনীৰ প্ৰভাৱৰ বাবে বাতিল কৰা হৈছিল বিমানৰ পৰিবহন ৷

লগতে পঢ়ক : ফেণীৰ বাবে বাতিল ৪০ খনৰো অধিক বিমান


শুকুৰবাৰে ওড়িশাত উপকূলীয় অঞ্চলত ফেনীয়ে খুন্দা মৰাৰ পাচতে ৰাজ্যখনত প্ৰচণ্ড ধুমুহা-বৰষুণ আহিছিল ৷শুকুৰবাৰেই মাজনিশা পশ্চিম বংগত প্ৰৱেশ কৰিছিল ঘূৰ্ণিবতাহ ফেনীয়ে ৷ ফেনীৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভূৱনেশ্বৰ আৰু কলকাতাৰ পৰা বাতিল কৰা হৈছিল বিমানৰ পৰিবহন ৷

ABOUT THE AUTHOR

...view details