অসম

assam

By

Published : Dec 25, 2019, 7:56 PM IST

ETV Bharat / bharat

ছট্টিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

27 ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ ছট্টিশগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ ৷ বুধবাৰে ৰাজ্যখনৰ সাংস্কৃতিক মন্ত্ৰী অমৰজিৎ ভগতে অনুষ্ঠানস্থলীৰ পৰা অনুষ্ঠানটোৰ প্ৰস্তুতি সন্দৰ্ভত উমান লয় ৷

tribal dance festival in raipur
চট্টিশগড়ত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

ৰায়পুৰ,25 ডিচেম্বৰঃ ছট্টিশগড়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আদিবাসী নৃত্য মহোৎসৱ ৷ 27 ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ ছট্টিশগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ ৷ বুধবাৰে ৰাজ্যখনৰ সাংস্কৃতিক মন্ত্ৰী অমৰজিৎ ভগতে অনুষ্ঠানস্থলীৰ পৰা উমান লয় অনুষ্ঠানটোৰ প্ৰস্তুতিৰ ৷ 24 খন দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব এই ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱত ৷

চট্টিশগড়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ

দেশৰ সকলো ৰাজ্যৰে কেবিনেট মন্ত্ৰী এই মহোৎসৱত উপস্থিত থকাৰ আশা প্ৰকাশ কৰা হৈছে ৷ উল্লেখনীয়ভাৱে এই অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷

লগতে পঢ়কঃ মানসিক ৰোগত বিশ্বৰ ভিতৰতে আগবঢ়া ভাৰত

ABOUT THE AUTHOR

...view details