নতুন দিল্লী,11 জুলাই : ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ ৷ গোৱাত দলটোৰ গৰিষ্ঠ সংখ্যক বিধায়কৰ বিজেপিত যোগদান তথা কৰ্ণাটকত বিধায়কৰ পদত্যাগৰ পাচত দেখা দিয়া ৰাজনৈতিক সংকটক বিজেপিৰ ষড়যন্ত্ৰ আখ্যা দিয়ে ৷ বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰা অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ জ্যেষ্ঠ নেতাসকলে ৷
প্ৰতিবাদত নামিল ৰাহুল -ছোনিয়া গান্ধী - CONGRESS
কংগ্ৰেছ দলটোৱে বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ ধ্বংসৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰাতকৈ বিজেপিয়ে গণতন্ত্ৰ ধ্বংসৰহে চেষ্টা কৰিছে বুলিহে দেশৰ কংগ্ৰেছ নেতাসকলে অভিযোগ উত্থাপন কৰে ৷
cpp-leader-
কংগ্ৰেছ দলটোৱে বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ ধ্বংসৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰাতকৈ বিজেপিয়ে গণতন্ত্ৰ ধ্বংসৰহে চেষ্টা কৰিছে বুলি দেশৰ কংগ্ৰেছ নেতাসকলে অভিযোগ উত্থাপন কৰে ৷
উল্লেখযোগ্য যে, গোৱাত 2017 চনৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটোৰ বুধবাৰে 15 গৰাকীৰ 10 গৰাকী বিধায়কেই যোগদান কৰে বিজেপিত ৷
Last Updated : Jul 11, 2019, 3:15 PM IST