নেশ্যনেল ডেক্স,15 এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বুধবাৰে পুৱাৰ ভাগলৈ দেশত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 11,439 গৰাকী ৷ 15 এপ্ৰিলৰ পুৱা 8 বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ কৰে যে,দেশজুৰি ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 377 গৰাকী লোকৰ,সমান্তৰালকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা 11,439 লৈ বৃদ্ধি ৷ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা 2,687 ৷ ইয়াৰ পিছতেই ৰাজধানী দিল্লীত আক্ৰান্ত হৈছে 1,561 গৰাকীকৈ লোক ৷
ভাৰতবৰ্ষত ৰাজ্য ভিত্তিক কোভিড 19ৰ শেহতীয়া তথ্য
15 এপ্ৰিলৰ পুৱা 8 বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ কৰে যে,দেশজুৰি ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 377 গৰাকী লোকৰ,সমান্তৰালকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা 11,439 লৈ বৃদ্ধি হৈছে ৷
ভাৰতবৰ্ষত ৰাজ্যভিত্তিক কোভিড 19ৰ শেহতীয়া তথ্য