নিউজ ডেস্ক,13 এপ্ৰিলঃ কৰ'ণা ভাইৰাচত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা সোমবাৰে 308 লৈ বৃদ্ধিপায় । আনহাতে COVID-19 পজিটিভ কেচে 9000 ৰ ঘৰ অতিক্ৰম কৰে । স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ।
9000 COVID-19 ৰ পজিটিভ কেচ ভাৰতত - কৰ'ণা ভাইৰাচ
স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰী ভাৰতত COVID-19 ৰ কেচে 9000 ঘৰ স্পৰ্শ কৰিলে । সোমবাৰে দেশখনত মৃত্যুৰ সংখ্যা 308 লৈ বৃদ্ধি পায় ।
9000 COVID-19 ৰ পজিটিভ কেচ ভাৰতত
বৰ্তমানে ভাৰতত 7987 টা COVID-19ৰ এক্টিভ কেচ আছে আৰু 856 জনক ঘৰলৈ যাবলৈ দিয়া হৈছে ।