নেশ্যনেল ডেস্ক, ৮ জুন:কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি,সোমবাৰে দেশজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২,৫৬,৬১১ জন হয় ।
কোভিড-১৯ৰ দেশজুৰি শেহতীয়া তথ্য - কোভিড-১৯ৰ দেশজুৰি শেহতীয়া তথ্য
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেব চাইট অনুসৰি,ভাৰতবৰ্ষত এতিয়ালৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২,৫৬,৬১১ জন হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে মুঠ ১,২৪,০৯৫ জন ৰোগী ।
![কোভিড-১৯ৰ দেশজুৰি শেহতীয়া তথ্য কোভিড-১৯: দেশজুৰি শেহতীয়া তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:30-7521514-734-7521514-1591588267181.jpg)
কোভিড-১৯: দেশজুৰি শেহতীয়া তথ্য
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেব চাইটত উল্লেখিত তথ্য মতে, ৮ জুনৰ পুৱা ৮ বজালৈ কোভিড-১৯ত আক্ৰান্তৰ মুঠ সংখ্যা ৭,১৩৫ জনৰ মৃত্যুসহ ২,৫৬,৬১১ জন হয়গৈ । ইয়াৰ লগতে মুঠ ১,২৪,০৯৫ জন ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: কোভিড-19ঃ বিশ্বজুৰি শেহতীয়া তথ্য