অসম

assam

ETV Bharat / bharat

COVID-19 : ভাৰতৰ শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় অনুসৰি, ভাৰতত বৰ্তমান 78,003 জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে মৃত্যু হৈছে 2,549 জনৰ আৰু আৰোগ্য হৈছে 26,234 জন ৷

COVID-19 India tracker: State-wise report
COVID-19 : ভাৰতৰ শেহতীয়া তথ্য

By

Published : May 14, 2020, 11:36 AM IST

নিউজ ডেস্ক,14 মে' : বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি , ভাৰতত বৰ্তমান 78,003 জনলৈ বৃদ্ধি পাইছে COVID-19ত আক্ৰান্তৰ সংখ্যা ৷

ভাৰতৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত সদৰী কৰা তথ্য অনুসৰি 14 মে' ৰাতিপুৱা 8 বজালৈ 78,003 জন COVID-19ত আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে 2,549 জনৰ আৰু আৰোগ্য হৈছে 26,234 জন ৷

আক্ৰান্তৰ ক্ষেত্ৰত ৰাজ্য হিচাপে প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ আৰু দ্বিতীয় স্থানত আছে গুজৰাট ৷ বৰ্তমানলৈকে মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা 25,922 জন আৰু গুজৰাটত আক্ৰান্তৰ সংখ্যা 9,267জন ৷

ABOUT THE AUTHOR

...view details