অসম

assam

ৰাজ্য অনুযায়ী ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 10 মে'ৰ ৰাতিপুৱা 8 বজালৈ ভাৰতত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 62,939 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, নিহতৰ সংখ্যা বৃদ্ধি পায় 2,109 গৰাকীলৈ ।

By

Published : May 10, 2020, 11:59 AM IST

Published : May 10, 2020, 11:59 AM IST

ETV Bharat / bharat

ৰাজ্য অনুযায়ী ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

COVID-19 India tracker: State-wise report
COVID-19 India tracker: State-wise report

নেশ্যনেল ডেস্ক, 10 মে':দেওবাৰে ভাৰতত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 62,939 গৰাকীলৈ বৃদ্ধি পায় । এই তথ্য প্ৰকাশ কৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

ৰাজ্য অনুযায়ী ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটতত প্ৰকাশ কৰা তথ্য অনুসৰি, 10 মে' ৰাতিপুৱা 8 বজালৈ দেশত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 62,939 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, নিহতৰ সংখ্যা বৃদ্ধি পায় 2,109 গৰাকীলৈ । বৰ্তমানলৈ মহাৰাষ্ট্ৰত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত । মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 20,228 গৰাকীলৈ । ইয়াৰ বিপৰীতে 7,796গৰাকী COVID-19ত আক্ৰান্ত লোকৰ সংখ্যাৰে গুজৰাট হৈছে, দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক এই মহামাৰীত আক্ৰান্ত ৰাজ্য ।

লগতে পঢ়কঃমহাৰাষ্ট্ৰত COVID-19 : থানেত ২০০০ অতিক্ৰম আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details