অসম

assam

By

Published : May 8, 2020, 11:20 AM IST

ETV Bharat / bharat

ৰাজ্য অনুযায়ী ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 8 মে' ৰাতিপুৱা 8 বজালৈ ভাৰতত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 56,342 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, নিহতৰ সংখ্যা বৃদ্ধি পায় 1,886 গৰাকীলৈ ।

COVID-19 India tracker: State-wise report
COVID-19 India tracker: State-wise report

নেশ্যনেল ডেস্ক, 8 মে' :শুকুৰবাৰে ভাৰতত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা মুঠ 56,342 গৰাকীলৈ বৃদ্ধি পায় । এই তথ্য প্ৰকাশ কৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

ৰাজ্য অনুযায়ী ভাৰতত COVID-19ৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটতত প্ৰকাশ কৰা তথ্য অনুসৰি, 8 মে' ৰাতিপুৱা 8 বজালৈ দেশত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 56,342 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে, নিহতৰ সংখ্যা বৃদ্ধি পায় 1,886 গৰাকীলৈ । বৰ্তমানলৈ মহাৰাষ্ট্ৰত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই মহামাৰীত । মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 17,974 গৰাকীলৈ । ইয়াৰ বিপৰীতে 7,012গৰাকী COVID-19ত আক্ৰান্ত লোকৰ সংখ্যাৰে গুজৰাট হৈছে, দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক এই মহামাৰীত আক্ৰান্ত ৰাজ্য ।

লগতে পঢ়কঃ৫০০০ হাজাৰ কৰ'ণা আক্ৰান্তৰ কাষ চাপিছে আহমেদাবাদ !

ABOUT THE AUTHOR

...view details