অসম

assam

By

Published : May 4, 2020, 11:14 AM IST

ETV Bharat / bharat

ভাৰতত COVID-19ৰ শেহতীয়া তথ্য

সোমবাৰে ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যা মুঠ 42,533 গৰাকীলৈ বৃদ্ধি পায় । এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

COVID-19 India tracker: State-wise report
COVID-19 India tracker: State-wise report

নেশ্যনেল ডেস্ক, 4 মে':কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, সোমবাৰে ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যা মুঠ 42,533 গৰাকীলৈ বৃদ্ধি পায় ।

ভাৰতত COVID-19ৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটতত প্ৰকাশ কৰা অনুসৰি, 4 মে' ৰাতিপুৱা 8 বজালৈ 1,373 গৰাকী লোকৰ মৃত্যুসহ আক্ৰান্তৰ সংখ্যা 42,533 গৰাকীলৈ বৃদ্ধি পায় । কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত 12,974 গৰাকী আক্ৰান্তৰে শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ । ইয়াৰ বিপৰীতে গুজৰাট আছে 5,428 সংখ্যাৰে দ্বিতীয় স্থানত ।

লগতে পঢ়কঃহাৰিয়ানাত এদিনত ৬৬ টাকৈ আক্ৰান্তৰ ঘটনা, পূৰ্বৰ সকলো অভিলেখ ভংগ !

ABOUT THE AUTHOR

...view details