নিউজ ডেস্ক, 9 এপ্ৰিল :ভাৰতৰ স্বাস্থ্য আৰু পৰিয়ল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰ বিয়লি 5 বজালৈকে ভাৰতত COVID19ৰ দ্বাৰা আক্ৰান্ত হৈছে 5865 গৰাকী লোক আৰু মৃত্যু হৈছে 169 গৰাকীৰ ৷ আনহাতে বৰ্তমানলৈকে আৰোগ্য হৈছে 477 গৰাকী লোক ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি মহাৰাষ্ট্ৰত সৰ্বাধিক 1135 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে তামিলনাডুত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 738 গৰাকী ৷
ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য
অভাৱনীয়ভাৱে দেশত বৃদ্ধি পাইছে COVID19 আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈকে ভাৰতত আক্ৰান্ত হৈছে 5,865 গৰাকী লোক আৰু মৃত্যু হৈছে 169 গৰাকীৰ ৷
COVID-19 India tracker: State-wise report