অসম

assam

ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য

By

Published : Apr 9, 2020, 11:36 AM IST

ভাৰতত বৰ্তমানলৈকে COVID19 আক্ৰান্ত হৈছে 5,734 গৰাকী লোক ৷ ইয়াৰে 472 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুক সাৱটি লৈছে 166 জনে ৷

COVID-19 India tracker: State-wise report
COVID-19 India tracker: State-wise report

নিউজ ডেস্ক,9 এপ্ৰিল : ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতত বৃহস্পতি বাৰে পুৱা 8 বজালৈকে COIVD19ত আক্ৰান্ত হৈছে 5,734 গৰাকী লোক ৷ এইসকলৰ আক্ৰান্তৰ ভিতৰত 872 গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে 166 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেব চাইটত প্ৰকাশিত তথ্য অনুসৰি মহাৰাষ্ট্ৰত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা সৰ্বাধিক 1,135 গৰাকী আৰু তামিলনাডুত আক্ৰান্তৰ সংখ্যা 738 গৰাকী ৷

ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details