অসম

assam

ETV Bharat / bharat

কভিড-19 : ভাৰতৰ শেহতীয়া তথ্য !

ভাৰতত বৰ্তমানলৈ মুঠ কভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্য হৈছে 2,784 গৰাকী ৷ ইয়াৰে 75 গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে 212 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷

State-wise report
State-wise report

By

Published : Apr 4, 2020, 9:00 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈকে ভাৰতত কৰ'ণা আক্ৰান্ত হৈছে সৰ্ব মুঠ 2,784 গৰাকী লোক ৷

ভাৰতৰ শেহতীয়া তথ্য

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি 4 এপ্ৰিলৰ সন্ধিয়া 6 বজালৈকে 2,784 গৰাকী লোক কভিড-19 ত আক্ৰান্ত হৈছে আৰু ইয়াৰে 75 গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক 490 গৰাকী আৰু তামিলনাডুত 411 গৰাকী লোক আকাৰন্ত হৈছে কৰ'ণাত ৷

লগতে পঢ়ক : কৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

ABOUT THE AUTHOR

...view details