অসম

assam

কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য...

ভাৰতত 1637 টা COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে ৷ যাৰ ভিতৰত 133 জন লোক সুস্থ হোৱাৰ বিপৰীতে 38 গৰাকী লোকৰ মৃত্যু হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য ৷

By

Published : Apr 1, 2020, 3:05 PM IST

Published : Apr 1, 2020, 3:05 PM IST

Updated : Apr 1, 2020, 3:14 PM IST

COVID-19 India tracker: State-wise report
COVID-19 India tracker: State-wise report

নিউজ ডেস্ক, 1 এপ্ৰিলঃ বুধবাৰে ভাৰতবৰ্ষত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা 1466লৈ বৃদ্ধি পাইছে ৷ এই তথ্য প্ৰকাশ কৰে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ বেৱচাইট অনুসৰি, 1 এপ্ৰিলৰ পুৱা ভাৰতত COVID-19ত আক্ৰান্ত 38 গৰাকী লোকৰ মৃত্যুৰ হয় ৷ মহাৰাষ্ট্ৰত বৰ্তমানলৈ 350টা COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে ৷ যি সংখ্যা দেশখনৰ ভিতৰতে সৰ্বোচ্চ ৷ ইয়াৰ পিচতেই আছে কেৰালাৰ স্থান ৷ কেৰালাত 266টা COVID-19ত আক্ৰান্ত লোকৰ তথ্য পোৱা গৈছে ৷

কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য...
Last Updated : Apr 1, 2020, 3:14 PM IST

ABOUT THE AUTHOR

...view details