অসম

assam

By

Published : Oct 3, 2020, 8:00 PM IST

ETV Bharat / bharat

কৰ’ণা আক্ৰান্ত দেশৰ তালিকাৰ দ্বিতীয় স্থানত ভাৰত

ভাৰতত শনিবাৰৰ দিনটোলৈকে 64,73,544 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ভাইৰাছত ৷ সম্প্ৰতি কৰ’ণা আক্ৰান্ত দেশসমূহৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ভাৰতে ৷

Covid 19 India Tracker Etv bharat news
ভাৰতৰ সামগ্ৰিক তথ্য

নিউজ ডেস্ক,3 অক্টোবৰ:কৰ’ণা ভাইৰাছ হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে ভাৰতবৰ্ষত ৷ সম্প্ৰতি কৰ’ণা আক্ৰান্ত দেশসমূহৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে ভাৰতে ৷ ভাৰতত প্ৰায় 64,73,544 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 1,00,842 গৰাকীয়ে ৷ তদুপৰি আক্ৰান্ত সকলৰ ভিতৰত 5427706 গৰাকীয়ে সুস্থ হৈ ঘৰলৈ উভটিছে ৷ এতিয়াও দেশখনত 9,44,996 গৰাকী ব্যক্তিয়ে এই ভাইৰাছবিধত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷ ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য ৷

ভাৰতৰ সামগ্ৰিক তথ্য

ABOUT THE AUTHOR

...view details