নিউজ ডেস্ক, 24 ডিচেন্বৰ: দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে ক'ৰণা আক্ৰান্ত লোকৰ সংখ্যা ৷ যোৱা 24 ঘন্টাত দেশত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা 24,712 জন বিপৰীতে ক'ৰণাত মৃত্যু হোৱা লোকৰ সংখ্যা মাত্ৰ 312 জন ৷
ইয়াৰ লগে লগে দেশ ক'ৰণাত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হলগৈ 1,03,23,778 হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 1,46,756 জন ৷ ইয়াৰ সমান্তৰালভাৱে কৰণা পৰা মুক্তি লাভ কৰা ৰোগী সংখ্যা হৈছে 96,93,173 জন ৷