অসম

assam

কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য

শনিবাৰে গুজৰাটৰ আহমেদাবাদত ২১১ জন লোকৰ দেহত নতুনকৈ কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে জিলাখনত ২০,২৬৯ লৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ।

By

Published : Jun 28, 2020, 12:30 PM IST

Published : Jun 28, 2020, 12:30 PM IST

কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য
কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, ২৮ জুন : গুজৰাটৰ আহমেদাবাদত শনিবাৰে ২১১ জন লোকৰ দেহত নতুনকৈ কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে জিলাখনত ২০,২৬৯ লৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ।

গুজৰাট স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, শনিবাৰে ৰাজ্যখনত ১২ জন আক্ৰান্ত ৰোগীৰ মৃত্যু হয় । ইয়াৰ লগে লগে মৃত্যুৰ সংখ্যা ১,৪১০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰোপৰি, হাস্পতালৰ পৰা সুস্থ হোৱা ২১৮ জন ৰোগীৰ সৈতে মুঠ সুস্থ ৰোগীৰ সংখ্যা ১৫,৪৭৯ জন ।

কোভিড-১৯ : গুজৰাটৰ আহমেদাবাদৰ শেহতীয়া তথ্য

আহমেদাবাদ নগৰ নিগম অঞ্চলৰ পৰা ১৯৭ জনৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে । শনিবাৰে এএমচিয়ে জনোৱা মতে, চহৰখনত মাস্ক নিপিন্ধা ৭০,৪৮৬ জন লোকৰ পৰা মুঠ ৬০,২৯,৩০০ টকা জৰিমহা বিহা হয় । চিচিটিভি ফুটেজ অবিহনে লক্ষ্য় কৰা ৮২০ খন বাহনৰো ই-মেমো জাৰি কৰা হয় । আনহাতে, চহৰখনৰ আৰক্ষীয়ে মাস্ক নিপিন্ধা ২,২৭৪ জন লোকৰ পৰা ইতিমধ্যে ৪,৫৪,৬০০ টকা জৰিমণা লয় ।

লগতে পঢ়ক : পাকিস্তানত আৱদ্ধ ২০৮ ব্যক্তি উপস্থিত আট্টাৰি-ৱাঘা সীমান্তত

ABOUT THE AUTHOR

...view details