নিউজ ডেস্ক, ১৩ জুনঃপশ্চিমবংগত শুকুৰবাৰে মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে ১০,০০০ অধিক । শুকুৰবাৰে পশ্চিমবংগত ৪৭৬ গৰাকী নতুন ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শুকুৰবাৰে ১০,২৪৪ জন হয়গৈ মহামাৰী COVID-19ত আক্ৰান্তৰ সংখ্যা ।
পশ্চিমবংগত ১০,০০০ অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্যা - COVID-19
শুকুৰবাৰে পশ্চিমবংগত নতুনকৈ ৪৭৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ত আক্ৰান্তৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শুকুৰবাৰে ১০,২৪৪ জন হয়গৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা ।
![পশ্চিমবংগত ১০,০০০ অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্যা COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7599343-289-7599343-1592036632332.jpg)
পশ্চিমবংগত ১০,০০০ অতিক্ৰম কৰিলে COVID-19 আক্ৰান্তৰ সংখ্যা
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় বিভাগৰ দ্বাৰা জাৰি কৰা এক জাননীত উল্লেখ কৰে যে,পশ্চিমবংগত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৫১ জন ব্যক্তিৰ । ৭৫ বছৰৰ পৰা তাৰ অধিক বসয়ৰ ব্যক্তিৰ COVID-19 ত আক্ৰান্ত হয় মৃত্যু হৈছে বুলি সদৰি কৰে ।
লগতে চাওকঃ তিনিমাহৰ বেতন লাভ নকৰা চিকিৎসকৰ সমূহীয়া পদত্যাগৰ হুংকাৰ