অসম

assam

By

Published : Jul 11, 2020, 6:20 PM IST

ETV Bharat / bharat

মিছন মংগলঃ ৬ দশকতে ৰঙা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহৰ ছবি লৈছিল নাছাই

ৰঙা গ্ৰহ তথা মংগল গ্ৰহৰ পোন প্ৰথনবাৰৰ বাবে ছবি তুলিছিল নাছাই । ১৯৬৪ চনত নাছাই মেৰিনৰ ৪ মহাকাশযানৰ জৰিয়তে প্ৰথম বাৰৰ বাবে মংগল গ্ৰহৰ ছবি ল'বলৈ সক্ষম হয় ।

মিছন মংগল
মিছন মংগল

নিউজ ডেস্ক, ১১ জুলাইঃ পৃথিৱীৰ নিচেই ওচৰত আছে মংগল গ্ৰহ । এই মংগ গ্ৰহকে আমি ৰঙা গ্ৰহ বুলিও জানো । এই মংগল গ্ৰহৰ বিষয়ে মানৱ জাতিক কিছু পৰিমাণে জনোৱাৰ বাবে তথা মানৱ জাতিৰ মংগল গ্ৰহৰ বিষয় সন্দৰ্ভত বিকশিত কৰাৰ উদ্দেশ্যে ১৯৬৪ চনত নাছাই মেৰিনৰ ৪ মহাকাশযানখনৰ জৰিয়তে প্ৰথম বাৰৰ বাবে মংগল গ্ৰহৰ ছবি ল'বলৈ সক্ষম হয় । পৃথিৱীৰ প্ৰতিবেশী গ্ৰহৰ অনুসন্ধানৰ বাবে এইটো এটা সঠিক লক্ষ্য আছিল । তাৰ পাচৰ পৰাই ৰোবৰ্চ আৰু কক্ষৰ পৰা গ্ৰহৰ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে নাছাই ।

মিছন মংগলঃ ৬ দশকতে ৰঙা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহৰ ছবি লৈছিল নাছাই

আনহাতে,মংগল গ্ৰহই পূৰ্বৰ পৰাই মানৱ জাতিক মোহিত কৰি ৰাখিছে । কিন্তু এয়া কেৱল বিগত ৬ দশকতে সম্ভৱ হৈছিল । কিয়নো ৰবৰ্ট মহাকাশযানখনে ৰঙা গ্ৰহ অৰ্থাৎ মংগল গ্ৰহটো পৰিদৰ্শন কৰে আৰু মানৱ জাতিক সৌৰজগত তথা আমাৰ প্ৰতিবেশী গ্ৰহৰ বিষয়ে সুযোগ প্ৰদান কৰে । সংযুক্ত আৰব আমীৰত,চীন আৰু আমেৰিকাৰ বৈজ্ঞানিকসকলে এই ৰঙা গ্ৰহৰ বিষয়ে তেতিয়াহে অধিক তথ্য লাভ কৰিব যেতিয়া মিছন মংগলৰ বাবে নতুন অভিযান আৰম্ভ কৰিব ।

মিছন মংগলঃ ৬ দশকতে লাল গ্ৰহ অৰ্থাৎ মংগল গ্ৰহৰ ছবি লৈছিল নাছাই

লগতে চাওকঃ শদিয়াৰ বিধায়ক কোভিড পজিটিভ

ABOUT THE AUTHOR

...view details