অসম

assam

By

Published : May 21, 2020, 10:31 PM IST

ETV Bharat / bharat

কৰ'ণা ভাইৰাছ আকৃতিৰ ৰবটে চেনিটাইজ কৰিলে চেন্নাইৰ কন্টেইনমেন্ট জ'ন

তিনিচকীয়া বাহনত কঢ়িয়াই নিব পৰাকৈ কৰ'ণা ভাইৰাছৰ আকৃতিত নিৰ্মাণ কৰা হৈছে এটি ৰবট । এই ৰবটতোৰ দ্বাৰা চেনিটাইজ কৰোৱা হৈছে চেন্নাইৰ কন্টেইনমেন্ট জ'ন সমূহ ।

কৰ'ণা ভাইৰাছ আকৃতিৰ ৰবটে চেনিটাইজ কৰিলে চেন্নাইৰ কন্টেইনমেন্ট জ'ন
কৰ'ণা ভাইৰাছ আকৃতিৰ ৰবটে চেনিটাইজ কৰিলে চেন্নাইৰ কন্টেইনমেন্ট জ'ন

নিউজ ডেস্ক, 21 মে': বুধবাৰে চেন্নাইৰ কন্টেইনমেন্ট জ'ন ছেনিটাইজ কৰাৰ কাৰনে ব্যৱহৃত হ'ল এটি ৰ'বট । এই ৰৱটতো নিৰ্মান কৰা হৈছিল কৰ'ণা ভাইৰাছৰ আকৃতিত ।

ৰবটতোৰ ডিজাইনাৰ গৌতমে কয় যে, এই ৰবটতোৱে 30 লিটাৰ ছেনিটাইজাৰ কঢ়িয়াবলৈ সক্ষম । ইয়াৰ পাচত তেওঁ আৰু অধিক কাৰ্যক্ষম ৰবট নিৰ্মানৰ বাবে চেষ্টা কৰি আছে । তিনিচকীয়া বাহনত কঢ়িয়াই নিব পৰা যায় ৰবটতো ।

COVID-19 ত তামিলনাডুত আক্ৰান্ত হৈছে 12,448 টা কেচ । ইতিমধ্য়ে ৰাজ্যখনত মৃত্যু হৈছে 84 গৰাকী লোকৰ । সমগ্ৰ দেশত ভাৰতত এতিয়ালৈ 1,06,750 টা COVID-19 কেচ পোৱা গৈছে ।

ABOUT THE AUTHOR

...view details