অসম

assam

ETV Bharat / bharat

পূৱ আফ্ৰিকাত জনপ্ৰিয় হৈছে কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল - কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল

কৰ'ণা ভাইৰাছে অনা প্ৰতিবন্ধকতাৰ বাবে আৰ্থিক জটিলতাৰ আৰু সজাগতাৰ বাবে এটা হেয়াৰষ্টাইল খুবেই জনপ্ৰিয় হৈ উঠিছে ৷ মানুহে কৈছে এই ষ্টাইলটো যথেষ্ট সস্তা ৷ কৰ'ণা ভাইৰাছৰ দৰে এতিয়া বেনী গাঁঠিছে আফ্ৰিকান লোকসকলে ৷

'Coronavirus hairstyle' spikes in popularity in East Africa
পূৱ আফ্ৰিকাত জনপ্ৰিয় হৈছে কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল

By

Published : May 11, 2020, 10:32 PM IST

নিউজ ডেস্ক,11 মে'ঃপূব আফ্ৰিকাত খুবেই জনপ্ৰিয় হৈ পৰিছে এক প্ৰকাৰৰ কেশ বিন্যাস ৷ কৰ'ণা ভাইৰাছৰ আকৃতিৰে চুলি গাঁঠিবলৈ লৈছে আফ্ৰিকান লোকসকলে আৰু সকলো আফ্ৰিকান লোকৰ মাজতে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে এই কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইলে ৷

কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল
কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল

নিজৰ সন্তানক এই হেয়াৰ ষ্টাইলেৰে বেনী গাঁঠি মাতৃয়ে কৈছে, এই ষ্টাইলটো যথেষ্ট সস্তা হোৱাৰ লগতে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে সজাগতা সৃষ্টি কৰা হৈছে ৷ লগতে এই ষ্টাইলে বহুত পইচাও ৰাহি কৰিছে বুলি জানিবলৈ দিছে ৷

কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল
কৰ'ণা ভাইৰাছ হেয়াৰষ্টাইল

সজাগতাৰ লগতে পইচা ৰাহি কৰিবলৈ সক্ষম হোৱা এই হেয়াৰ ষ্টাইল আফ্ৰিকাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৷

ABOUT THE AUTHOR

...view details