অসম

assam

ETV Bharat / bharat

সংবিধান ( 103 সংশোধনী) আইন, 2019 ৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ শুনানি - সংবিধান ( 103 সংশোধনী) আইন, 2019

কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল সকলৰ বাবে নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰত 10 শতাংশ সংৰক্ষণ আইন প্ৰস্তুত কৰাৰ সিদ্ধান্তৰ গ্ৰহণযোগ্যতাক লৈ বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত আলোচনা ৷

সংবিধান ( 103 সংশোধনী) আইন, 2019 ৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ শুনানি

By

Published : Jul 31, 2019, 10:54 PM IST

Updated : Jul 31, 2019, 11:20 PM IST

নতুন দিল্লী, 31 জুলাইঃ কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিকভাৱে দুৰ্বল সকলৰ বাবে নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰত 10 শতাংশ সংৰক্ষণ আইন প্ৰস্তুত কৰাৰ সিদ্ধান্তৰ গ্ৰহণযোগ্যতাক লৈ বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত আলোচনা হয় ৷ আট্যাৰ্নি জেনেৰেল কে.কে ভেনুগোপালে কয় যে, সংবিধান ( 103 সংশোধনী) আইন, 2019 য়ে প্ৰায় 200 মিলিয়ন দৰিদ্ৰ সীমা ৰেখাৰ তলত থকা লোকক সুবিধা প্ৰদান কৰিব ৷ আনহাতে ইয়াৰ বিপৰীতে ন্যায়াধীশ আৰ.সুভাষ ৰেড্ডি আৰু বি.আৰ. গাওয়াৰ সমন্বয়ে গঠিত বিচাৰপিঠে এই আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই কেৱল অৰ্থনৈতিক মানদণ্ডৰ ওপৰত ভিত্তি কৰি সংৰক্ষণৰ সুবিধা দিব নোৱাৰি বুলি শুনানি প্ৰদান কৰে ৷

Last Updated : Jul 31, 2019, 11:20 PM IST

ABOUT THE AUTHOR

...view details