অসম

assam

ETV Bharat / bharat

নিৰ্বাচনৰ পাছতহে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্ধাৰণ কৰিব কংগ্ৰেছেঃ হৰিশ ৰাৱট - ETV BHARAT

সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সম্পৰ্কত কয় যে লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পাছতহে দলে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

নিৰ্বাচনৰ পাছতহে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নিৰ্ধাৰণ কৰিব কংগ্ৰেছে : ৰাৱাট

By

Published : May 6, 2019, 12:01 PM IST

নিউজ ডেস্ক, 6 মে': উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱটে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সম্পৰ্কে মন্তব্য কৰে ৷ এই সম্পৰ্কত ৰাৱটে জানিবলৈ দিয়ে যে, লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পাছতহে দলে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ তেওঁ জনাই যে, দলৰ নেতা সকলে এই বিষয়ত ফলাফল ঘোষণা কৰাৰ পাছতহে আলোচনা কৰিব ৷

নিৰ্বাচনৰ পাছতহে প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নিৰ্ধাৰণ কৰিব কংগ্ৰেছে : ৰাৱাট

ৰাৱটে শৰদ পাৱাৰৰ কথা বৰ্ণনা কৰি কয় যে, মিত্ৰজোঁট চৰকাৰ সদায়ে সফল হৈ আহিছে আৰু উদাহৰণস্বৰূপে তেওঁ 2004 -2014 চনৰ কথা উল্লেখ কৰে ৷ হৰিশ ৰাৱটে ৰৱনীত সিং বিট্টুৰ হৈ লুধিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷

ABOUT THE AUTHOR

...view details